পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ছত্র শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ছত্র   বিশেষ্য

অর্থ : ৰাজচিহ্নৰ ৰূপত লগোৱা ৰজা আদিৰ ওপৰত লগোৱা ডাঙৰ ছাটি

উদাহরণ : প্রাচীন কালত ছত্রপতি ৰজাই ছত্র ধাৰণ কৰিছিল

অর্থ : দেৱতাৰ মূর্তিৰ ওপৰত লগোৱা ধাতুৰ ছাটি

উদাহরণ : এই মন্দিৰৰ প্রত্যেক মূর্তিৰ ওপৰত সোণৰ ছত্র লগোৱা আছে

অর্থ : ৰʼদ-বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে ধাতু বা কাঠৰ নাল লগাই কাপোৰ আদিৰে তৈয়াৰ কৰা এক আচ্ছাদন

উদাহরণ : বৰষুণত তিতাৰ পৰা ৰক্ষা পাবৰ কাৰণে মানুহে ছাতি লয়

সমার্থক : ছাতি